মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

গুৱাহাটী তাৰকাগৃহত প্ৰদৰ্শনীৰ সময়

  • প্ৰদৰ্শনীৰ ভাষা, সময় আৰু আসনৰ সংখ্যা

    • অসমীয়া প্ৰদৰ্শনীঃ দিনৰ ১১ বজাত, ১ বজাত, ২ বজাত আৰু বিয়লি ৩বজাত

    • ইংৰাজী প্ৰদৰ্শনীঃ দিনৰ ১২ বজাত আৰু বিয়লি ৪বজাত

    • গুৱাহাটী তাৰকাগৃহ প্ৰতি মাহৰ ১৫ তাৰিখে ইয়াৰ তত্বাৱধানৰ উদ্দেশ্যে বন্ধ ৰখা হয়।
    • প্ৰতিটো প্ৰদৰ্শনীতে আসনৰ সংখ্যা ১৪১ খন।

    প্ৰদৰ্শনীৰ ১৫ মিনিট পূৰ্বে ইয়াৰ টিকত প্ৰদান কৰা হয়। জনেপ্ৰতি সাধাৰণ টিকতৰ হাৰ ৫০ টকা। ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ৰেহাই মূল্যত এই টিকত জনেপ্ৰতি ৩০ টকাত প্ৰদান কৰা হয় কিন্তু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষানুষ্ঠানৰ মূৰুব্বীৰ স্বাক্ষৰযুক্ত আৱেদন প্ৰদান কৰিব লাগিব। আপুনি গুৱাহাটী তাৰকাগৃহৰ টিকত কাউণ্টাৰত যোগাযোগ কৰিব লাগিব।