মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

আমি কি কৰো

  •  
    • বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশৰ বিভিন্ন দিশত আঁচনি/কাৰ্য্যক্ৰম তৈয়াৰ কৰা।
    • ভাৰত চৰকাৰ, অসম চৰকাৰ, উত্তৰ-পূৱ পৰিষদ আৰু অন্য ৰাজহুৱা প্ৰতিষ্ঠানৰ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ সম্পৰ্কীয় নানা আঁচনি কাৰ্য্যকৰী/ৰূপায়ন কৰা।
    • ৰাজ্যৰ শিক্ষানুষ্ঠান বা অন্য ক্ষেত্ৰত কৰ্মৰত বৈজ্ঞানিক, প্ৰযুক্তিগত ব্যক্তি আৰু বিশেষজ্ঞক আৰ্থিক সহায় প্ৰদান কৰাৰ জৰিয়তে অসমত বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ ক্ষেত্ৰত গৱেষণা কৰাৰ বাবে প্ৰচাৰ কৰা।
    • বিভাগ/সংগঠন আদিবোৰৰ ক্ষেত্ৰত অসম চৰকাৰ, ৰাজহুৱা প্ৰতিষ্ঠান আদিৰ সংশ্লিষ্ট বিভাগ/সংগঠনক বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশৰ বিভিন্ন দিশত পৰামৰ্শ প্ৰদান কৰা।
    • আকাশ প্ৰদৰ্শনীকে ধৰি গুৱাহাটী তাৰকাগৃহৰ বৰ্তমান ব্যৱস্থাৰ উন্নিতকৰণ কৰা।
    • ইয়াৰ তলৰ সংগঠন/অনুষ্ঠান(এ.এছ.টি.ই.চি., এ.ই.ডি.এ., চি.চি.পি., আই.এ.এছ.এছ.টি.) সমূহৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়ন কৰা।
    • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰশাসনিক কাম কাজ পৰিচালনা কৰা।
    • শিশু আৰু আন আন লোক সকলৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক অধিক জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা।
    • প্ৰাকৃতিক সম্পদ প্ৰৱন্ধনৰ বাবে মহাকাশ প্ৰযুক্তিৰ এক এপ্লিকেচনৰ ওপৰত প্ৰকল্প হাতত লোৱা আৰু ব্যৱহাৰকাৰী বিভাগক তেঁওলোকৰ আঁচনি সমূহ এ.আৰ.এছ.এ.চি. আৰু এ.এছ.টি.ই.চি.ৰ জৰিয়তে সফল ৰূপায়ন কৰাৰ ক্ষেত্ৰত সঁহাৰি প্ৰদান কৰা।
    • অগতানুগতিক শক্তি মন্ত্ৰালয়ৰ কাৰ্য্যক্ৰম সমূহ ৰূপায়ন কৰা।
    • o এ.এছ.টি.ই.চি.ত পেটেণ্ট তথ্য ব্যৱস্থাৰ জৰিয়তে উদ্ভাৱক সকলক তেঁওলোকৰ উদ্ভাৱনৰ বাবে বৌদ্ধিক স্বত্বৰ অধিকাৰ লাভৰ বাবে প্ৰয়োজনীয় সঁহাৰি প্ৰদান কৰা।