মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

আজিৰ দিনত বিজ্ঞানঃ কালিৰ প্ৰযুক্তিবিদ্যা

জি.আই.এছ./আৰ.এছ. সেৱা সমূহ

ৰিমোট চেন্সিং আৰ্হি (অসম ৰিমোট চেন্সিং এপ্লিকেচন কেন্দ্ৰ) গঠন কৰা হৈছিল এ.এছ.টি.ই.চি.ৰ অধীনত আৰু ইয়াৰ উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হলঃ

  • ৰাজ্যত প্ৰাকৃতিক সম্পদ প্ৰৱন্ধনৰ বাবে ৰিমোট চেন্সিং পদ্ধতি আৰু ইয়াৰ এপ্লিকেচনৰ বিকাশ ঘটোৱা।
  • ইয়াৰ ব্যৱহাৰকাৰী প্ৰতিষ্ঠান সমূহক প্ৰশিক্ষণ আৰু সেৱা প্ৰদান কৰা।
  • ইচৰোৰ (আই.এছ.আৰ.ও.) ৰাষ্ট্ৰীয় প্ৰাকৃতিক সম্পদ প্ৰৱন্ধন ব্যৱস্থাই সূচনা কৰা বিভিন্ন ৰাষ্ট্ৰীয় অভিযানত এক অংশীদাৰি প্ৰতিষ্ঠান হিচাপে কাৰ্য্য কৰা।
  • ৰিমোট চেন্সিং আৰু ভূতাত্বিক তথ্য ব্যৱস্থা(জি.আই.এছ.) ব্যৱহাৰৰ জৰিয়তে স্থান-সংক্ৰান্তিয়(মানচিত্ৰ) আৰু স্থান-অসংক্ৰান্তিয়(বৈশিষ্ট) এই দুয়ো প্ৰকাৰৰ সম্পদ তথ্য সংগ্ৰহ কৰা।