মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

আজিৰ দিনত বিজ্ঞানঃ কালিৰ প্ৰযুক্তিবিদ্যা

জিলা বিজ্ঞান কেন্দ্ৰ

ৰাজ্যৰ প্ৰতিটো চুকে-কোণে বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে ২৩টা জিলা বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্য চলিত বৰ্ষৰ বাজেটত ৪০০ লাখ টকাও ধাৰ্য্য কৰা হৈছে। বিজ্ঞান কেন্দ্ৰ সমূহৰ বাবে বৰ্তমান ভূমি চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে।