মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ : অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে বিজ্ঞান সংগ্ৰহালয়ৰ ৰাষ্ট্ৰীয় পৰিষদৰ সহযোগতে যোৰহাটত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰতিষ্ঠা কৰিছিল। এই প্ৰকল্পৰ দায়িত্ব এ.এছ.টি.ই.চি.ক অৰ্পন কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাণ কাৰ্য্য ২০১৩ বৰ্ষত সমাপ্ত হৈছিল আৰু তেতিয়াৰ পৰাই এই কেন্দ্ৰ কাৰ্য্যৰত। বৈজ্ঞানিক প্ৰদৰ্শন আৰু তাৰকাগৃহৰ প্ৰদৰ্শনীৰে এই কেন্দ্ৰ পৰিপূৰ্ণ।