মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ

অসমৰ প্ৰতিটো খণ্ডতে একোটাকৈ প্ৰতিষ্ঠা কৰা মুঠ ২১৯টা আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্দেশ্য হলঃ

  • ৰাজ্যৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু লগতে সমাজত বৈজ্ঞানিক মানসিকতাৰ সৃষ্টি কৰা।
  • বিভিন্ন কাৰ্য্যক্ৰম আৰু পৰীক্ষণৰ জৰিয়তে বিজ্ঞান শিক্ষাক ৰোমাঞ্চক কৰি তোলা।
  • বিজ্ঞানক এক বৃত্তি হিচাপে প্ৰচাৰ কৰা।