মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

সৌৰ শক্তিঃ ইয়াৰ পৰা শক্তি আহৰণ

সৌৰ শক্তি হৈছে সূৰ্য্যৰ প্ৰভাশালী পোহৰ আৰু তাপ আৰু ইয়াক আহৰণ কৰা হয় বিশেষ প্ৰযুক্তিৰ জৰিয়তে যেনে, সৌৰ তপত কৰণ, ফটোভলটেইকচ, সৌৰ তাপীয় শক্তি, সৌৰ স্থাপত্য, গলিত নিমখ শক্তি কল আৰু কৃত্তিম ফটো চিন্থেচিছ। ই হৈছে নৱীকৰণক্ষম শক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস আৰু সৌৰ শক্তি আহৰণ কৰি বিতৰণ কৰা পদ্ধতি অনুসৰি ইয়াৰ প্ৰযুক্তি সমূহক নিষ্ক্ৰিয় সৌৰ বা সক্ৰিয় সৌৰ হিচাপে বিভক্ত কৰা হয়। এই শক্তিৰ বিশাল পৰিমাণৰ উপলব্ধতাই ইয়াক অতি গুৰুত্বপূ্ৰ্ণ উৎস কৰি তুলিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনষ্ঠ অসম শক্তি উন্নয়ন প্ৰতিষ্ঠানে(এ.ই.ডি.এ.) অসমত সৌৰ শক্তি আহৰণ আৰু ইয়াৰ ব্যৱহাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।