মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

গুৰুত্ব আৰোপ কৰা ক্ষেত্ৰ সমূহ

ৰাজ্যৰ বহনক্ষম অৰ্থনৈতিক উন্নয়ন আৰু লগতে (ক)সৌৰ, বায়ু আৰু জৈৱবস্তুপুঞ্জৰ লগতে এনে অগতানুগতিক নৱীকৰণক্ষম শক্তি উৎসহৰ পৰা শক্তি আহৰণ কৰা কাৰ্য্যৰ সৈতে জড়িত কাৰ্য্যক্ৰমৰ প্ৰচাৰৰ বাবে তথ্য যোগান ধৰাটোৱেই হৈছে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ লক্ষ্য। (খ) মাইক্ৰ হাইদেল সম্পদ আহৰণ আৰু প্ৰকল্প ৰূপায়নৰ বাবে ক্ষেত্ৰীয় তদন্ত কৰা, তাৰোপৰি (গ) ৰিমট চেন্সিং আৰু জি.আই.এছ. পদ্ধতিৰ জৰিয়তে উৎপাদন বৃদ্ধিৰ বাবে ভূমিৰ বৈজ্ঞানিক ব্যৱহাৰ কৰা আৰু (ঘ) আৰ্থ-সামাজিক লাভালাভৰ বাবে বিজ্ঞান ব্যৱহাৰ কৰাৰ জনপ্ৰিয়তা বৃদ্ধি কৰা। বিভাগৰ মূল উদ্দেশ্য হৈছে বিজ্ঞানৰ পথ সমূহক উদ্দেশ্যি এক ব্যাপক পৰিৱেশ প্ৰদান কৰিবলৈ, অসমত বিজ্ঞানৰ জনপ্ৰিয়তা বৃদ্ধি আৰু ইয়াৰ বহুল প্ৰচাৰ কৰাৰ যি প্ৰতিশ্ৰুতি, ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এক সূ-ব্যৱস্থাযুক্ত আৰু স্বচ্ছ প্ৰচেষ্টা হাতত লোৱা।