মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

গুৰুত্ব আৰোপ কৰা ক্ষেত্ৰ সমূহ

উদ্ভাৱন, প্ৰযুক্তি সৃষ্টি আৰু সজাগত

ৰাজ্যৰ উদ্ভাৱক(ব্যক্তি) আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা ক্ষমতা বৰ্ধন কৰা আৰু প্ৰযুক্তি সৃষ্টি কৰাৰ ক্ষেত্ৰত এ.এছ.টি.ই.চি.ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে সহায়তা প্ৰদান কৰে। এই শাখাৰ কাৰ্য্যক্ৰমে উদ্ভাৱন, প্ৰযুক্তি সৃষ্টি আৰু সজাগতা আদি সামৰি লয়। সজাগতা কাৰ্য্যক্ৰমৰ উদ্দেশ্য হলঃ

  • ৰাজ্যত উদ্ভাৱনৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ বাবে আৰ্থিক আৰু প্ৰযুক্তিগত সহায় আগবঢ়োৱা।
  • প্ৰযুক্তি সৃষ্টিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা, তৃণমূল পৰ্য্যায়ৰ উদ্ভাৱক সকলৰ উন্নয়নৰ সাধন কৰা।
  • কৃৰ্িতস্বৰ্ত্ব লাভৰ বাবে পথ প্ৰদৰ্শন কৰা।