মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change

গুৰুত্ব আৰোপ কৰা ক্ষেত্ৰ সমূহ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ(এন.চি.এছ.চি.)

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ হৈছে ১০ৰ পৰা ১৭ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজিত এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠান যি ১৯৯৩ বৰ্ষতে আৰাম্ভ কৰা হৈছিল আৰু এই ক্ষেত্ৰত বিশেষ সহায় আগবঢ়াই এন.চন.এছ.টি.চি., ডি.এছ.টি. আৰু ভাৰত চৰকাৰে।

অসমত প্ৰতি বছৰে জিলাই প্ৰতি নতুন কমিটি তৈয়াৰ কৰি ইয়াৰ জৰিয়তে জিলা ভিত্তিক শিশু বিজ্ঞান সমাৰোহৰ আয়োজন কৰা হয়।

সংশ্লিষ্ট জিলা আয়োজন কমিটিৰ দ্বাৰা সকলো জিলাতে জিলা ভিত্তিক শিশু বিজ্ঞান সমাৰোহ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

প্ৰতিখন জিলাৰ পৰা ১০ৰ পৰা ১২টালৈ কে প্ৰকল্প বাচনি কৰা হয় যি ২জনৰ পৰা ৫জন ছাত্ৰ-ছাত্ৰীৰ এটা দলে ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত প্ৰদৰ্শন কৰিব।

প্ৰতি বছৰে ৰাজ্যক পৰ্য্যায়ৰ এন.চি.এছ.চি. পৰিচালনা কৰিবলৈ এক নতুন ৰাজ্যিক কমিটি গঠন কৰা হয়।

এই ৰাজ্যিক কমটিয়ে ৰাজ্যিক পৰ্য্যায়ৰ এন.চি.এছ.চি. কাৰ্য্যক্ৰমৰ আয়োজন কৰে।